অসম
ধুবুৰীৰ ভাৰত-বাংলা সীমান্ত বালাডোবা অঞ্চলত বিধ্বংসী অগ্নিকাণ্ড
- ধুবুৰী জিলাৰ ভাৰত-বাংলা সীমান্ত বালাডোবা অঞ্চলত বিধ্বংসী অগ্নিকাণ্ড।
- জুইত সম্পূৰ্ণ ৰূপে জাহ গ'ল এটা বাসগৃহ।
- অগ্নিকাণ্ডৰ ফলত লক্ষাধিক টকাৰ সা-সম্পত্তি ক্ষতিসাধন।
- জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ।