New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/172ed179-b7a0-4b07-9a72-c19432420ac6/download.jpg)
ধুবুৰীত নৃশংস হত্যাকাণ্ড।
বগৰীবাৰীৰ ৰঙামাটি হিলছত এই হত্যাকাণ্ড।
এজন যুৱকক হত্যা কৰি পেলাই থৈ যায়।
নিশা দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ।
নিহত যুৱকজনৰ নাম হাফিজুৰ ৰহমান।
বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
কি কাৰণে হত্যাকাণ্ড সংঘটিত হ'ল জানিব পৰা হোৱা নাই।