/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/3d6545df-82d1-4043-b882-cee975962648/aimu.jpg)
ধুবুৰী পৌৰসভাৰ লেছিৰ দৌৰাত্ম্য।
যাত্রীবাহী বাছৰ দুগৰাকী চালকক মাৰপিট।
চালক দুজন দ্বীপেন প্রধান, ওম প্রকাশ ৰবিদাস।
চালকে বৰ্ধিত পাৰ্কিং কৰ দিবলৈ অমান্তি হোৱাত আক্রমণ।
উপযুক্ত পাৰ্কিং ব্যৱস্থা নথকাকৈয়ে কৰ সংগ্রহ কৰে ধুবুৰী পৌৰসভাই।
যাত্রীবাহী সৰু-বৰ সকলো বাহনৰ পৰা কৰ সংগ্রহ কৰাৰ অভিযোগ।
কিন্তু পূৰ্বৰ নিৰিখতকৈ অধিক পাৰ্কিং কৰ বৃদ্ধি কৰাৰ অভিযোগ।
ধুবুৰী সদৰ থানাত এজাহাৰ দাখিল দুই চালকৰ।
ধুবুৰী পৌৰসভাৰ বিৰুদ্ধে চালক-হেণ্ডিমেনৰ প্রতিবাদ।