New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/dangor-khobr-2.jpg)
- নগাঁৱৰ এছ পি আনন্দ মিশ্ৰক বদলি।
- উলুবাৰীস্থিত আৰক্ষী মুখ্য কাৰ্যালয়লৈ বদলি কৰা হৈছে আনন্দ মিশ্ৰক।
- ইফালে, অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্রুৱ বৰাক নগাঁৱৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব প্ৰদান।
- আৰক্ষী বিষয়া ধ্ৰুৱ বৰাক অস্থায়ীভাৱে নগাঁৱৰ এছ পিৰ দায়িত্ব প্ৰদান।