/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/ROAD-ACCIDENT-2.jpg)
ROAD ACCIDENT
-
ধিঙৰ ম’হখুঁটিত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা।
-
সোমবাৰে সংঘটিত হয় এই পথ দুৰ্ঘটনা।
-
তীব্রবেগী ডাম্পাৰে মহটিয়াই নিয়ে এজন বাইক আৰোহীক।
-
যাৰ ফলতে থিতাতে নিহত হয় বাইক আৰোহী গৰাকী।
-
থিতাতে নিহত ম’হখুঁটিৰ বাবুল হক নামৰ লোকজন।
-
দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন ডাম্পাৰসহ চালকৰ।
-
ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ।