ধিঙত মৃতদেহ উদ্ধাৰ

ধিঙত মৃতদেহ উদ্ধাৰ

ডিজিটেল সংবাদ, ধিংঃ স্বাধীনতা দিৱসৰ আনন্দ-উলাহৰ মাজতে ধিঙৰ ধূপগুৰিৰ ডুবিত উদ্ধাৰ হ'ল এটা  মৃতদেহ।

উল্লেখ্য যে, তিনিদিন ধৰি নিৰুদ্দেশ হৈ থকা ধিঙৰ শলগুৰি বেঙেনা আটিৰ ৰেকিব আহমেদ নামৰ যুৱকজনৰ মৃতদেহটো পানীত উপঙি থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে।

মৃতদেহটো প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে লগে লগে আৰক্ষীক খবৰ দিয়ে। আৰক্ষী আহি মৃতদেহটো উদ্ধাৰ কৰি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in