ধেমাজিত পুনৰ ৩৬ জনৰ কোভিড পজিটিভ চিনাক্ত…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, ধেমাজিঃ প্ৰতিদিনাই ৰাজ্যত বৃদ্ধি পাবলৈ ধৰিছে কোৰোনা ভাইৰাছৰ সংক্ৰমণ। তাৰ মাজতে মঙলবাৰে ধেমাজি জিলা স্বাস্থ্য বিভাগে জিলাখনৰ বিভিন্ন ঠাইত কৰা ২৩৮৫ গৰাকী ক'ৰোনা টেষ্ট কৰা হয়।

এই টেষ্ট কৰা লোকসকলৰ ভিতৰত ৩৬ গৰাকীৰেই দেহত কোভিড পজিটিভ ধৰা পৰে৷ মঙলবাৰে চিনাক্ত হোৱা লোক কেইজনৰ সৈতে জিলাখনত কোভিড পজিটিভৰ সংখ্যা ১৩১১ জনলৈ বৃদ্ধি পালে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in