Published on:
Updated on:
- বিধ্বস্ত বানৰ কৱলত লখিমপুৰ, ধেমাজি জিলা।
- অসম-অৰুণাচল সীমান্তৰ পাহাৰত ধাৰাসাৰ বৰষুণ।
- বৰষুণৰ ফলত বৃদ্ধি পাইছে সোৱণশিৰি, কুমতিয়া, জিয়াধলৰ, ন-নদীৰ জলপৃষ্ঠ।
- ধেমাজি জিলাৰ গোগামুখ ৰাজচক্ৰৰ অন্তৰ্গত ৩০খনৰো অধিক গাঁও জলমগ্ন।
- লখিমপুৰ জিলাৰ সোৱণশিৰি ৰাজচক্ৰৰ ১৫ খনকৈ গাঁও পানীৰ তলত।
- বানত ডুব গৈছে নামঘৰ, স্কুল, অংগনবাডী কেন্দ্ৰসমূহ।
- ফলত পাঠদানৰ পৰা বিৰত থাকিবলগীয়া হৈছে ছাত্ৰ-ছাত্ৰীসকল।
- খেতিপথাৰ সমূহ বনত ডুব যোৱাত হাহাকাৰ সৃষ্টি হৈছে চহা কৃষক ৰাইজৰ মাজত।
- দুটাকৈ গ্ৰাম চড়ক যোজনাৰ গড়কাপ্তানি পথবোৰো এতিয়া বানৰ কৱলত।
- গোগামুখৰ পৰা তুলসী বাৰী হৈ বৰদৈ তিনি আলিলৈ অহা-যোৱা কৰা পথটো যান-বাহন চলাচল ব্যাহত হৈছে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in