Published on:
Updated on:
- ধেমাজিৰ জোনাইত অঘটন।
- নাও দুৰ্ঘটনাত কিশোৰী সন্ধানহীন।
- জোনাইৰ ৰাকুট কেমেৰেত জোনাই নৈত নাও দুৰ্ঘটনা
- ৰশ্মি দেউৰী নামৰ এগৰাকী ১২ বছৰীয়া কিশোৰী সন্ধানহীন
- দুৰ্ঘটনাগ্ৰস্থ নাওখনত আছিল ৭ গৰাকী যাত্ৰী
- উদ্ধাৰ অভিযান অব্যাহত SDRF বাহিনীৰ
Code:
Asomiya Pratidin
www.asomiyapratidin.in