অসম
মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে ধেমাজিত ক’লা পতাকাৰে প্ৰতিবাদ
- মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে ধেমাজিত প্ৰতিবাদ।
- হাতত ক'লা পতাকা লৈ প্ৰতিবাদী বাইক ৰেলী উলিয়ালে আছুৱে।
- নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ গ্ৰহণ নকৰাৰ হুংকাৰ।
- নাগৰিকত্ব সংশোধনী বিধেয়ক জাপি দিয়াৰ বাবে বিজেপিয়ে চলোৱা চেষ্টাৰ বিৰোধীতা।
- বিধেয়ক বাতিল নকৰিলে ভয়াৱহ পৰিস্থিতিৰ হুংকাৰ।
- যিকোনো উপায়েৰে এই বিধেয়ক বাতিল কৰাৰ দাবী।
- ইফালে আছুৰ লগতে প্ৰতিবাদত অংশ ল'লে এজেৱাইচিপিয়ে।
- মিচিং স্বায়ত্ব শাসিত পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
- গোগামুখত অনুষ্ঠিত হ'ব এই অনুষ্ঠান।