Published on:
Updated on:
- ঢেকীয়াজুলিৰ চিকিৎসকক আক্ৰমণ কৰা ঘটনাত জড়িত দুই যুৱকক গ্ৰেপ্তাৰ৷
- যোৱা বুধবাৰে বেলশিৰি চাহ বাগিচালৈ গৈ থকাৰ পথতে বাহন ৰখাই ২ যুৱকে আক্ৰমণ কৰিছিল চিকিৎসক ডাঃ কমল জালক।
- এই আক্ৰমণৰ পৰা হাৰি নাছিল চিকিৎসকজনৰ পত্নীয়ো।
- ঢেকীয়াজুলিৰ চিৰাজুলি মডেল হস্পিতালৰ চিকিৎসক ডাঃ কমল জাল।
- ঘটনা সংঘটিত হোৱাৰ পাচতে এজাহাৰ দাখিল কৰিছিল চিকিৎসকগৰাকীয়ে।
- ধৃত যুৱক দুজনৰ নাম আকাশ দেৱনাথ আৰু অমিত দেৱনাথ৷
Code:
Asomiya Pratidin
www.asomiyapratidin.in