ধনশিৰি জিলা চুতীয়া যুৱ সম্মিলন সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক সম্পন্ন…

ধনশিৰি জিলা চুতীয়া যুৱ সম্মিলন সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক সম্পন্ন…

author-image
asomiyapratidin
New Update
ধনশিৰি জিলা চুতীয়া যুৱ সম্মিলন সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক সম্পন্ন…

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ সৰুপথাৰস্থ সাধনী ভৱনত ধনশিৰি জিলাৰ চুতীয়া যুৱ সম্মিলন সমিতিৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন হয়। জিলা সমিতিৰ সভাপতি অনুজ বৰাৰ সভাপতিত্বত হোৱা সভাৰ উদ্দেশ্য বাখ্যা কৰে সম্পাদক বুবু কুমাৰ বৰাই।

সভাৰ উদ্দেশ্য বাখ্যা কৰাৰ পিছতেই সদস্য সকলে আলোচনাৰ অন্তত আঞ্চলিক সমিতি গঠনকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।উল্লেখ্য যে, উক্ত কাৰ্যনিবাহক সভাত কেন্দ্ৰীয় কাৰ্যনিবাহক সদস্য মুকুট শইকীয়া আৰু জ্যোতিৰঞ্জন বৰা উপস্থিত থাকে।