নৱ দলেৰ সমষ্টিত অগপ-কংগ্ৰেছৰো উত্থান

নৱ দলেৰ সমষ্টিত অগপ-কংগ্ৰেছৰো উত্থান

author-image
asomiyapratidin
New Update
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ শেহতীয়া খবৰ

  • লখিমপুৰ জিলাৰ ঢকুৱাখানা সমষ্টিৰ অন্তৰ্গত পঞ্চায়তৰ ৩৩ জন সদস্যৰ ফলাফল ঘোষণা কৰা হৈছে।
  • ইয়াৰে ১৯খন আসন লাভ কৰিবলৈ সক্ষম হৈছে শাসকীয় বিজেপি দলে।
  • ইয়াৰ বিপৰীতে কংগ্ৰেছ দলে লাভ কৰিছে ৮খন।
  • অগপ দলে লাভ কৰিছে ৬ খন।
  • আৰু বিজেপিৰে আসন বুজাবুজি কৰা গণশক্তিয়ে লাভ কৰিছে ৬খনকৈ অাসন।