দেশভক্তৰ মৃত্যু বাৰ্ষিকীঃ চৰকাৰৰ উদ্যোগত আজি ‘দেশভক্তি দিৱস’

দেশভক্তৰ মৃত্যু বাৰ্ষিকীঃ চৰকাৰৰ উদ্যোগত আজি ‘দেশভক্তি দিৱস’

author-image
asomiyapratidin
New Update
দেশভক্তৰ মৃত্যু বাৰ্ষিকীঃ চৰকাৰৰ উদ্যোগত আজি  ‘দেশভক্তি দিৱস’

  • আজি দেশভক্ত তৰুণ ৰাম ফুকনৰ ৮২ সংখ্যক মৃত্যু বাৰ্ষিকী।
  • এই মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি ৰাজ্য চৰকাৰে উদযাপন কৰিব দেশভক্তি দিৱস।
  • চৰকাৰে অনুষ্টুপীয়াকৈ গুৱাহাটী মহানগৰৰ ভৰলুমুখত থকা দেশভক্ত তৰণ ৰাম ফুকন উদ্যানত অনুষ্ঠিত কৰিব বিশেষ অনুষ্ঠান।
  • এই অনুষ্ঠানতে ৰাজ্য চৰকাৰে দেশভক্তৰ পৰিয়ালৰ কেইবাজনো ব্যক্তিক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনাব।
  • অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, তথ্য আৰু জনসংযোগ, জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকা।
  • লগতে অনুষ্ঠানত উপস্থিত থাকিব সংবাদ মাধ্যমৰ নিৰ্দিষ্ঠি কেইজনমান ব্যক্তিৰ সৈতে কেইজনমান বিশিষ্টি অতিথি।।