প্ৰতীকি ফটো
Published on:
Updated on:
- দেৰগাঁৱত নিশা বাইক আৰু বাহনৰ সংঘৰ্ষ।
- দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই দুজন যুৱকে।
- দুৰ্ঘটনাত নিহত দুজন ক্ৰমে অবিনাশ দাস আৰু ভৃগুমণি দাস।
- ইফালে দুৰ্ঘটনাত অংকুৰ দাস নামৰ এজন যুৱক গুৰুতৰভাৱে আহত।
- আহত যুৱকজনক ভৰ্তি কৰা হয় চিকিৎসালয়ত।
Code:
Asomiya Pratidin
www.asomiyapratidin.in