/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/agrani-batory-28.jpg)
ডিজিটেল ডেস্কঃ ৰাজ্যৰ গৃহ বিভাগে এক নিৰ্দেশনাৰ জৰিয়তে ডেৰগাওঁস্থিত বেটেলিয়ন প্ৰশিক্ষণ কেন্দ্ৰৰ কমাণ্ডেণ্ট হিচাপে নিযুক্তি প্ৰদান কৰিছে ১৯৯৫ বেটছৰ এপিএছ বিষয়া জয়শ্ৰী খেৰছাক। পাণবজাৰ ষ্টেট ফায়াৰ চাৰ্ভিছ অৰ্গেনাইজেচনৰ উপ-সঞ্চালক হিচাপে দায়িত্ব পালন কৰি আছিল বিষয়াগৰাকীয়ে।