ডিমৌৰ দিহাজানত শৰীৰ চৰ্চাবিদ আৰিফ আলীৰ হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত উত্তাল প্ৰতিবাদ

ডিমৌৰ দিহাজানত শৰীৰ চৰ্চাবিদ আৰিফ আলীৰ হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত উত্তাল প্ৰতিবাদ
  • ডিমৌৰ দিহাজানত উত্তাল প্ৰতিবাদ।
  • হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবী।
  • মৰাণ আৰক্ষীক আবদ্ধ কৰি ৰাইজৰ প্ৰতিবাদ।
  • ৫ এপ্ৰিলত হত্যাৰ বলি হোৱা আৰিফ আলীৰ হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবী।
  • মৰাণৰ লাওখোৱাৰ হবিবুল্লা আলী নামৰ এজন লোকৰ ঘৰত সংঘটিত হৈছিল হত্যাকাণ্ড।
  • শৰীৰ চৰ্চাবিদ আৰিফক পৰিকল্পিতভাৱে হত্যা কৰাৰ সন্দেহ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in