/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2020/07/crime.jpg)
-
ডিমৌৰ হলগুৰি নতুন লাইনত নৃশংস হত্যাকাণ্ড।
-
এজন যুৱকক দাৰে ঘপিয়াই নৃশংসভাৱে হত্যা কৰে দুৰ্বৃত্তই।
-
বুধবাৰে সংঘটিত হয় এই ঘটনা।
-
নিহত যুৱকজনৰ নাম টংকেশ্বৰ তাঁতী।
-
বাগিচাৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত সংঘটিত এই ঘটনা।
-
টংকেশ্বৰক হত্যা কৰি পলায়ন কৰে দুৰ্বৃত্তৰ দলটো।
-
ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ।