প্ৰতীকি ফটো
Published on:
Updated on:
- ডিমৌৰ ম'হখুটি বাগিছাত নৃশংস হত্যাকাণ্ড।
- তিনি দুৰ্বৃত্তই হত্যা কৰিলে এজন লোকক।
- ধনঞ্জয় তাঁতী নামৰ লোকজনক হত্যা।
- দুৰ্বৃত্ত তিনিটা ক্ৰমে- সোণটো নায়ক, বাপু নায়ক আৰু ভাইটি তাঁতী।
- এই তিনি যুৱকে লোকজনক হত্যা কৰাৰ অভিযোগ।
- সম্প্ৰতি পলাতক হৈ আছে আটাইকেইজন।
- ঘটনা সন্দৰ্ভত ডিমৌ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।
Code:
Asomiya Pratidin
www.asomiyapratidin.in