প্ৰতীকি ফটো
Published on:
Updated on:
- দেওবাৰে নাজিৰাৰ দিখৌ নৈত এছ ডি আৰ এফৰ অভিযান।
- শনিবাৰে সন্ধিয়া দিখৌ নদীত জঁপিয়াইছিল এগৰাকী মহিলাই।
- মহিলাগৰাকীক বিচাৰি উদ্ধাৰ অভিযান চলাইছে এছ ডি আৰ এফ বাহিনীয়ে।
- বৰ্তমানলৈকে মহিলাগৰাকীৰ কোনো সন্ধান পোৱা নাই অভিযানকাৰী দলটোৱে।
- মহিলাগৰাকীৰ ঘৰ নাজিৰাৰ ধঁপাত পট্টিত।
- শনিবাৰে দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ কৰ্মচাৰীয়ে চলাইছিল অভিযান।
- ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য।
Code:
Asomiya Pratidin
www.asomiyapratidin.in