কলিয়াভোমোৰা দলঙৰ তলত গড়ঁৰ মৃতদেহ উদ্ধাৰ…

কলিয়াভোমোৰা দলঙৰ তলত গড়ঁৰ মৃতদেহ উদ্ধাৰ…

author-image
asomiyapratidin
New Update
কলিয়াভোমোৰা দলঙৰ তলত গড়ঁৰ মৃতদেহ উদ্ধাৰ…

ডিজিটেল সংবাদ কলিয়াবৰ: কলিয়াভোমোৰা দলঙৰ তলত দেওবাৰে গঁড়ৰ এটা মৃতদেহ উদ্ধাৰ হয়। ব্ৰহ্মপুত্ৰত উটি অহা অৱস্থাত উদ্ধাৰ গঁড়ৰ মৃতদেহটো। বন বিভাগে উদ্ধাৰ কৰে গঁড়টোৰ খৰ্গ। প্ৰাপ্তবয়স্ক মতা গঁড়টোৰ স্বাভাৱিক মৃত্যু হোৱাৰ সন্দেহ বন বিষয়াৰ।

কলিয়াবৰৰ শিলঘাটৰ দিশৰ পৰা গঁড়টো সাতুৰি অহা প্ৰত্যক্ষ কৰিছিল একাংশ লোকে। বাৰ্ধক্যজনিত কাৰণত পানীতে গঁড়টোৰ মৃত্যু ঘটাৰ সন্দেহ। কাজিৰঙাৰ বুঢ়াপাহাৰ বনাঞ্চলিকৰ বনকৰ্মীয়ে উদ্ধাৰ কৰে গঁড়টোৰ খৰ্গ।