হাজোত অৰ্ধগলিত অৱস্থাত মৃতদেহ উদ্ধাৰ…

হাজোত অৰ্ধগলিত অৱস্থাত মৃতদেহ উদ্ধাৰ…

author-image
asomiyapratidin
New Update
আকৌ বন্ধ হ’ব নেকি ৰাজ্যৰ শিক্ষানুষ্ঠান ! ইখনৰ পিছত সিখন বিদ্যালয়ত ধৰা পৰিছে কোভিড সংক্ৰমণ…

  • হাজোৰ নকুছিত উদ্ধাৰ এটা অৰ্ধগলিত মৃতদেহ।
  • উদ্ধাৰ হোৱা মৃতদেহটো নকুছি অঞ্চলৰ প্রতুল শৰ্মাৰ বুলি জানিব পৰা গৈছে।
  • ৬ ফেব্রুৱাৰীৰ পৰাই সন্ধানহীন হৈছিল প্রতুল শৰ্মা।
  • মেটেকাৰ মাজত উদ্ধাৰ হৈছে লোকজনৰ অৰ্ধগলিত মৃতদেহ।
  • দুৰ্বৃত্তই প্রতুল শৰ্মাক হত্যা কৰাৰ অভিযোগ পৰিয়ালবৰ্গৰ।