Published on:
Updated on:
- ভ্ৰাম্যমান থিয়েটাৰৰ জনপ্ৰিয় অভিনেতা বাবুল খাটনীয়াৰৰ জীৱন নাটৰ অৱসান ৷
- আজি বৰপেটা মেডিকেল কলেজ হাস্পাটালত চিকিৎসাধীন অৱস্থাত দেহাৱসান ঘটে শিল্পীগৰাকীৰ ৷
- সম্প্ৰতি গুৰুতৰভাৱে অসুস্থ হৈ পৰা শিল্পীগৰাকীক উন্নত চিকিৎসাৰ বাবে ৰবিবাৰে GMCH লৈ নিবলৈ ওলোৱাৰ সময়তেই মৃত্যু হয় অভিনেতাগৰাকীৰ ৷
- কিডনীৰ ৰোগত ভূগি থকা অভিনেতাগৰাকী বৰপেটা মেডিকেল কলেজ হস্পিতালত চিকিৎসাধীন অৱস্থাত কোৰোণাত আক্ৰান্ত হৈছিল ৷
- অবশ্যে শেহতীয়াভাৱে কোৰোণাৰ ফলাফল নিগেটিভ আহিছিল অভিনেতাগৰাকীৰ ৷
- অভিনেতাগৰাকীৰ মৃত্যুত বৰপেটাত শোকৰ ছাঁ ৷
Code:
Asomiya Pratidin
www.asomiyapratidin.in