বৰপেটাত অচিনাক্ত মৃতদেহ উদ্ধাৰ

বৰপেটাত অচিনাক্ত মৃতদেহ উদ্ধাৰ

author-image
asomiyapratidin
New Update
ডিব্ৰুগড়ত শিলেৰে মৰিয়াই হত্যা এজনক

প্ৰতীকি ফটো

  • বৰপেটাত উদ্ধাৰ এটা অচিনাক্ত মৃতদেহ।
  • আগৰজান অঞ্চলৰ এখন দলঙৰ তলত উদ্ধাৰ হয় মৃতদেহটো।
  • কাপোৰেৰে মেৰাই থোৱা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে স্থানীয় লোকে।
  • কোনো দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় লোকৰ।
  • ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।