New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/indian_railway_660_050418065654.jpg)
প্ৰতীকি ফটো
মহানগৰীৰ নীলাচলপুৰৰ ৰে’ল লাইনত মৃতদেহ উদ্ধাৰ।
ডিঙি কটা অৱস্থাত উদ্ধাৰ লোকজনৰ মৃতদেহটো।
দেওবাৰে উদ্ধাৰ হয় মৃতদেহটো।
লোকজনে আত্মহত্যা কৰাৰ সন্দেহ স্থানীয় লোকৰ।
ঘটনাস্থলীত উপস্থিত কামাখ্যা GRPৰ এটা দল।
বৰ্তমানলৈকে চিনাক্ত হোৱা নাই লোকজনৰ পৰিচয়।