মহানগৰীত পুনৰ উদ্ধাৰ যুৱকৰ মৃতদেহ...

মহানগৰীৰ গড়চুকত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য। শুকুৰবাৰে নিজৰাপাৰত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ।

author-image
Asomiya Pratidin
New Update
 সপ্তম শ্ৰেণীত অধ্যয়নৰত কিশোৰীক ড্ৰাগছ সৰবৰাহ কৰিবলৈ বাধ্য কৰালে পিতৃয়ে

  • মহানগৰীৰ গড়চুকত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য।

  • শুকুৰবাৰে নিজৰাপাৰত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ।

  • যুৱকজনক ছানিদুল ইছলাম বুলি চিনাক্ত।

  • পেচাত এজন গাড়ীচালক আছিল ছানিদুল।

  • এই পৰ্যন্ত যুৱকজনৰ মৃত্যুৰ কাৰণ জনা হোৱা নাই।

  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্রেৰণ কৰিছে।

Assam police