New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
- দুলীয়াজানত সোমবাৰে পুৰুষৰ মৃতদেহ উদ্ধাৰ।
- অইল ইণ্ডিয়া লিমিটেড LPG প্লাণ্টৰ সমীপৰ ৰে'ল লাইনত উদ্ধাৰ মৃতদেহটো।
- এতিয়ালৈকে উদ্ধাৰ হোৱা নাই পৰিচয়।
- কোনো দুৰ্বৃত্তই হত্যা কৰি ৰে'লৰ পৰা পেলাই দিয়াৰ সন্দেহ।
- উদ্ধাৰ হোৱা পুৰুষৰ মৃতদেহটোত আঘাতৰ চিন স্পষ্ট।