New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/2f1e6f40-9494-4004-a131-5c9197cbbd1d/aimu.jpg)
দৰঙৰ দলগাঁৱৰ বুঢ়ীগাঁৱত ট্রাক চালকৰ মৃতদেহ উদ্ধাৰ।
বৃহস্পতিবাৰে উদ্ধাৰ মৃতদেহটো।
ট্রাকৰ চালকৰ ছীটত বহি থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো।
মৃতদেহ উদ্ধাৰ হোৱা ট্রাকখনৰ নম্বৰ AS-12 BC 5873।
চালকজন তেজপুৰৰ বীৰেন্দ্র ৰায় বুলি জানিব পৰা গৈছে।
ঘটনা সন্দৰ্ভত দলগাঁও আৰক্ষীৰ তদন্ত আৰম্ভ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us