New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/fd0a3773-a46b-4168-9887-82980a078b20/download.jpg)
ৰঙিয়াৰ তুলসীবাৰীত ৰহস্যজনক অৱস্থাত উদ্ধাৰ কিশোৰৰ মৃতদেহ।
তুলসীবাৰী সংৰক্ষিত বনাঞ্চলত চিপ লোৱা অৱস্থাত উদ্ধাৰ মৃতদেহ।
মৃতদেহটো প্রশান্ত দে’ নামৰ কিশোৰজনৰ।
ঘটনাস্থলীত উপস্থিত আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহ।
আৰক্ষীৰ অনুসন্ধানতহে ওলাব কিশোৰজনৰ মৃত্যুৰ ৰহস্য।