ৰঙিয়াত ৰহস্যজনক অৱস্থাত কিশোৰৰ মৃতদেহ উদ্ধাৰ

ৰঙিয়াৰ তুলসীবাৰীত ৰহস্যজনক অৱস্থাত উদ্ধাৰ কিশোৰৰ মৃতদেহ।
ৰঙিয়াত ৰহস্যজনক অৱস্থাত কিশোৰৰ মৃতদেহ উদ্ধাৰ
  • ৰঙিয়াৰ তুলসীবাৰীত ৰহস্যজনক অৱস্থাত উদ্ধাৰ কিশোৰৰ মৃতদেহ।

  • তুলসীবাৰী সংৰক্ষিত বনাঞ্চলত চিপ লোৱা অৱস্থাত উদ্ধাৰ মৃতদেহ।

  • মৃতদেহটো প্রশান্ত দে’ নামৰ কিশোৰজনৰ।

  • ঘটনাস্থলীত উপস্থিত আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহ।

  • আৰক্ষীৰ অনুসন্ধানতহে ওলাব কিশোৰজনৰ মৃত্যুৰ ৰহস্য।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in