
নলবাৰীৰ বাহাৰঘাটত মহিলাৰ মৃতদেহ উদ্ধাৰ।
বুধবাৰে উদ্ধাৰ হয় মৃতদেহটো।
বৰলীয়া নৈৰ পানী যুৱলিত উদ্ধাৰ মৃতদেহটো।
মৃতদেহটো লহকৰপাৰাৰ মুনু লহকৰ নামৰ এগৰাকী শিক্ষয়িত্রীৰ।
সমগ্র ঘটনা ৰহস্যৰ আৱৰ্তত।
ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ।
মৰণোত্তৰ পৰীক্ষাৰ পাছতহে পোহৰলৈ আহিব ৰহস্য।