/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/2f1e6f40-9494-4004-a131-5c9197cbbd1d/aimu.jpg)
এজন লোকৰ চোতালত উদ্ধাৰ যুৱকৰ মৃতদেহ
-
কামৰূপৰ গৰৈমাৰীত ৰহস্যজনক অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ।
-
ঘোঁৰামাৰা গাঁৱৰ পথাৰত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য।
-
শুকুৰবাৰে উদ্ধাৰ হয় মৃতদেহটো।
-
মৃতদেহটো ফখৰুদ্দিন আলী নামৰ লোকজনৰ বুলি চিনাক্ত।
-
বৃহস্পতিবাৰে বিয়লি ঘৰৰ পৰা বাইক লৈ ওলাই গৈছিল ফখৰুদ্দিন।
-
ফখৰুদ্দিনৰ বাইক ভলুকাবাৰীৰ এজন লোকৰ চোতালত উদ্ধাৰ।
-
ঘটনাস্থলীত উপস্থিত হৈ জোৰশিমুলী আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।