প্ৰতীকি ফটো
Published on:
Updated on:
- খাৰুপেটীয়া নগৰত শুকুৰবাৰে নিশা চোৰৰ লুটপাত।
- নেতাজী নগৰৰ এটা বাসগৃহত চোৰৰ লুটপাত।
- ঘৰটোৰ তলা ভাঙি চোৰে লুটি নিলে নগদ ধন, অলংকাৰৰ লগতে বহু সা-সামগ্ৰী।
- ঘৰত কোনো নথকাৰ সুযোগ লৈ চুৰিকাণ্ড সংঘটিত কৰিলে চোৰে।
- আৰক্ষীৰ অব্যাহত ৰাখিছে তদন্ত।
Code:
Asomiya Pratidin
www.asomiyapratidin.in