দলগাঁৱত নৱাগত আদৰণি সভাৰ পৰা ঘূৰি অহা পথত ৰহস্যজনকভাৱে ছাত্ৰীৰ মৃত্যু…

দলগাঁৱত নৱাগত আদৰণি সভাৰ পৰা ঘূৰি অহা পথত ৰহস্যজনকভাৱে ছাত্ৰীৰ মৃত্যু…
  • দৰঙৰ দলগাঁৱত সংঘটিত হৈছে এক কৰুণ ঘঠনা।
  • দলগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত এগৰাকী ছাত্ৰীক ছুৰিকাঘাত।
  • চিকিৎসালয়ত মৃত্যুৰ মুখত পৰিছে এই ছাত্ৰীগৰাকী।
  • দলগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱাগত আদৰণি সভাৰ পৰা উভতি আহিছিল ছাত্ৰীগৰাকী।
  • চিকিৎসালয়লৈ নিয়া পাছত চিকিৎসকে মৃত্যু ঘোষণা কৰে ছাত্ৰীগৰাকীক।
  • এই সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।
  • কি কাৰণত দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীগৰাকীৰ সৈতে এই পৰিস্থিতি হ'ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই।
  • ছুৰিৰে আঘাত হনা ছাত্ৰীগৰাকী পথৰ কাষত মৃত্যুৰ সৈতে যুঁজি আছিল।
  • ছাত্ৰীগৰাকীৰ নাম মণিমালা ভৌমিক।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in