পুনৰ গুৱাহাটীত দিন ডকাইতি, আটক ২

বশিষ্ঠ চাৰিআলিত সংঘটিত ডকাইতিৰ ঘটনা। আটক হয় দুজনকৈ লোক।

author-image
Asomiya Pratidin
New Update
টাঙোনেৰে প্ৰহাৰ কৰি এজনক নৃশংসভাৱে হত্যা...

প্ৰতীকি ফটো

· পুনৰ গুৱাহাটীত দিন ডকাইতি।

· OJA JCB ৰ গ্রাহকক ডকাইতিৰ চেষ্টা ।

· বশিষ্ঠ চাৰিআলিত সংঘটিত এই ঘটনা।

· মঙলবাৰে সংঘটিত এই ঘটনা।

· টি এন হীৰা নামৰ লোকজনৰ পৰা লুটিলে ৩ লক্ষাধিক টকা।

· ৰাইজৰ সহায়ত আটক কলিকতাৰ দুই ডকাইতক।

· আটক গোবিন্দ কুমাৰ আৰু ৰাজু নামৰ ডকাইত দুটাক।

assam Assam police