এইবাৰ চাইবাৰ অপৰাধীৰ কবলত হোজাইৰ উপায়ুক্ত

এইবাৰ চাইবাৰ অপৰাধীৰ কৱলত হোজাইৰ উপায়ুক্ত ৷ হোজাইৰ উপায়ুক্ত অনুপম চৌধুৰীৰ নামত কোনো দুৰ্বৃত্তই খুলিছে ৱাটচ এপ একাউন্ট ৷

author-image
Asomiya Pratidin
New Update
 এইবাৰ চাইবাৰ অপৰাধীৰ কবলত হোজাইৰ উপায়ুক্ত

HOJAI DC

ডিজিটেল ডেস্ক: এইবাৰ চাইবাৰ অপৰাধীৰ কৱলত হোজাইৰ উপায়ুক্ত ৷ হোজাইৰ উপায়ুক্ত অনুপম চৌধুৰীৰ নামত কোনো দুৰ্বৃত্তই খুলিছে ৱাটচ এপ একাউন্ট ৷

778704137 নম্বৰটোৰে উপায়ুক্তৰ নামত খোলা হৈছে ৱাটচ এপ একাউন্ট ৷ তেওঁৰ ফটো সংলগ্ন কৰি খোলা হৈছে এই একাউন্টটো ৷

এই কথা সামাজিক মাধ্যমত অৱগত কৰিছে হোজাইৰ উপায়ুক্ত গৰাকীয়ে ৷ এই ঘটনাক কেন্দ্ৰ কৰি হোজাইৰ বিভিন্ন দল সংগঠনাৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ সকলোকে সাৱধান হৈ থকাৰ লগতে দোষিক কৰায়ত্ব কৰাৰো দাবী দল সংগঠনৰ নেতৃত্বৰ ।

assam Assam police