New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/dangor-khobr-4.jpg)
- ৰাজ্যৰ জলসম্পদ বিভাগৰ কোটি টকীয়া কেলেংকাৰী।
- লখিমপুৰ, ধেমাজি জিলাত সংঘটিত কেলেংকাৰীক লৈ তদন্তৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ।
- ২০১১-১৮ৰ ভিতৰত মথাউৰি নিৰ্মাণত সংঘটিত এই কেলেংকাৰী।
- ২০ কোটি টকাৰ আত্মসাৎ কৰিছিল এই সময়চোৱাত।
- মথাউৰি নিৰ্মাণ, পাৰ্কুপাইনৰ ব্যৱস্থাৰ নামত ধন আত্মসাৎ।
- কাৰ্যবাহী অভিযন্তা, ঠিকাদাৰে মিলি ধন আত্মসাৎ কৰাৰ অভিযোগ।
- জেৰক্স কৰা বিল দাখিল কৰি উলিয়াইছিল প্ৰায় ডেৰ কোটি টকা
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us