ৰকিবুলৰ গৃহ পঞ্চায়তত ভেটি উচন কংগ্ৰেছৰ

  • ৰকিবুল হুছেইনৰ গৃহ পঞ্চায়ত আমলখি গাঁও পঞ্চায়তত বিজেপিৰ ৯জন ৱাৰ্ড মেম্বাৰ জয়ী।
  • ৰকিবুলে ভোটদান কৰা ৪নং ৱাৰ্ডতো বিজেপিৰ ৱাৰ্ড মেম্বাৰৰ ২৯৪টা ভোটত জয়লাভ।
  • ইপিনে চামগুৰি গাঁও পঞ্চায়ততো সভানেত্ৰীৰ পদত বিজেপিৰ প্ৰাৰ্থী মণিকা হাজৰিকাৰ জয়লাভ ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in