অসম ৰকিবুলৰ গৃহ পঞ্চায়তত ভেটি উচন কংগ্ৰেছৰ ৰকিবুলৰ গৃহ পঞ্চায়তত ভেটি উচন কংগ্ৰেছৰ asomiyapratidin 12 Dec 2018 13:26 IST Follow UsNew Updateৰকিবুল হুছেইনৰ গৃহ পঞ্চায়ত আমলখি গাঁও পঞ্চায়তত বিজেপিৰ ৯জন ৱাৰ্ড মেম্বাৰ জয়ী।ৰকিবুলে ভোটদান কৰা ৪নং ৱাৰ্ডতো বিজেপিৰ ৱাৰ্ড মেম্বাৰৰ ২৯৪টা ভোটত জয়লাভ।ইপিনে চামগুৰি গাঁও পঞ্চায়ততো সভানেত্ৰীৰ পদত বিজেপিৰ প্ৰাৰ্থী মণিকা হাজৰিকাৰ জয়লাভ ।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক