New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/1b6c6fbb-30b4-40f0-b80c-13f60bc0c1f2.jpg)
- চিপিআই(এম)-এ লোকসভা নিৰ্বাচনৰ প্ৰথমখন তালিকা প্ৰকাশ কৰিছে।
- কোকৰাঝাৰ সমষ্টিত দলটোৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব বিৰাজ ডেকাই।
- লখিমপুৰ সমষ্টিত চিপিআই (এম)ৰ প্ৰাৰ্থী হ'ব অমিয় কুমাৰ সন্দিকৈ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/c7fb1743-163a-4aad-8f20-f8c0773eeb43.jpg)
- হাৰিয়ানাৰ এটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম প্ৰকাশ।
- কেৰেলাৰ ১৫ টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰিছে চিপিআই(এম)এ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/5c12aa9a-c0f7-4f2f-a323-111e99e40002.jpg)
- মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ আৰু ওড়িশাত এটাকৈ সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিব চিপিআই (এম)এ।
- দলটোৰ এইখন প্ৰথম প্ৰাৰ্থী তালিকা।
- পশ্চিম বংগৰ ১৬ টা সমষ্টিৰ প্ৰাৰ্থীৰ নামো প্ৰকাশ কৰিছে দলটোৱে।