/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/16acc175-b0d7-475e-b2f9-7a226ed953ed/kjkjd.jpg)
বোকাখাত আৰক্ষীয়ে জব্দ কৰিলে গৰু।
এইবাৰ বিলাসী বাহন স্ক'ৰপিঅ'ৰ পৰা গৰু জব্দ ।
ASO Z 3921 নম্বৰৰ এখন স্ক'ৰপিঅত ৬ টা গৰু জব্দ কৰে আৰক্ষীয়ে।
ঠেং বান্ধি ইটোৰ ওপৰত সিটো জাপি গাড়ীখনত আনিছিল গৰু কেইটা ।
দেৰগাঁৱৰ পৰা নগাঁৱৰ চামগুৰিলৈ সৰবৰাহ কৰিছিল গৰু কেইটা ।
দুজন সৰবৰাহকাৰী আটক কৰিছে আৰক্ষীয়ে।
সৰবৰাহকাৰী দুটা জানাতুল হক আৰু ছহিদুল ইছলাম ।