Published on:
Updated on:
- ৰাজ্যত মঙলবাৰে কোৰোনাত আক্ৰান্ত দুজনৰ মৃত্যু।
- মৃত্যু হোৱা লোক দুজন ক্ৰমে কামৰূপ মহানগৰৰ দুলুৰাণী সৰকাৰ আৰু হেমন্ত বুঢ়াগোঁহাই।
- দুয়োকে জিএমচিএইচত ভৰ্তি কৰা হৈছিল।
- ৰাজ্যত বৰ্তমানলৈ এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৮৮জনলৈ পাইছে বৃদ্ধি।
Code:
Asomiya Pratidin
www.asomiyapratidin.in