Published on :
Updated on :
- ডিফু বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বেঞ্জামিন টেৰঙৰ মৃত্যু।
- কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় প্ৰধান শিক্ষকগৰাকীৰ।
- শুকুৰবাৰৰ পুৱতি নিশা গুৱাহাটীৰ হায়াট হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ।
- উল্লেখ্য যে, কোভিড পজিটিভ ধৰা পৰাৰ পাছত ১ আগষ্টক তেওঁক ভৰ্তি কৰা হৈছিল ডিফু মেডিকেল কলেজ হাস্পতালৰ কোভিড চিকিৎসালয়ত।
- তাৰপাছত উন্নত চিকিৎসাৰ বাবে তেওঁক লৈ অহা হৈছিল হায়াট হাস্পতাললৈ।
Asomiya Pratidin
www.asomiyapratidin.in