পৰীক্ষা দিব পাৰিব কাৰাগাৰত থকা বৰ্ষাশ্ৰীয়ে…

পৰীক্ষা দিব পাৰিব কাৰাগাৰত থকা বৰ্ষাশ্ৰীয়ে…

author-image
asomiyapratidin
New Update
পৰীক্ষা দিব পাৰিব কাৰাগাৰত থকা বৰ্ষাশ্ৰীয়ে…

  • পৰীক্ষা দিব পাৰিব বৰ্ষাশ্ৰীয়ে।
  • পৰীক্ষা দিবৰ বাবে বৰ্ষাশ্ৰীক অনুমতি দিলে গোলাঘাট সত্ৰ ন্যায়ালয়ে।
  • নিৰাপত্তাৰ মাজত দিব লাগিব পৰীক্ষা।
  • কবিতা লিখি আলফাত(স্বা) যোগদান কৰাৰ কথা কোৱা সন্দৰ্ভত গ্ৰেপ্তাৰ হৈছিল বৰ্ষাশ্ৰী।
assam Assam police