অসম ধুবুৰীত শান্তিপূৰ্ণভাৱে চলি আছে ভোটগণনা ধুবুৰীত শান্তিপূৰ্ণভাৱে চলি আছে ভোটগণনা asomiyapratidin 12 Dec 2018 10:22 IST Follow UsNew Updateধুবুৰীত শান্তিপূৰ্ণভাৱে চলি আছে ভোটগণনা।দুটা স্থানত চলিছে ভোটগণনা।ধুবুৰী সদৰত ১৭ খন জিলা পৰিষদৰ বাবে হৈছে প্ৰতিদ্বন্দ্বিতা।পঞ্চায়তৰ ৮৯টা সভাপতি পদৰ বাবে হৈছে ভোটগণনা।গাঁও পঞ্চায়তৰ মুঠ ৮৯৯ টা সদস্য পদৰ বাবে হৈছে প্ৰতিদ্বন্দ্বিতা।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক