ধুবুৰীত শান্তিপূৰ্ণভাৱে চলি আছে ভোটগণনা

ধুবুৰীত শান্তিপূৰ্ণভাৱে চলি আছে ভোটগণনা
  • ধুবুৰীত শান্তিপূৰ্ণভাৱে চলি আছে ভোটগণনা।
  • দুটা স্থানত চলিছে ভোটগণনা।
  • ধুবুৰী সদৰত ১৭ খন জিলা পৰিষদৰ বাবে হৈছে প্ৰতিদ্বন্দ্বিতা।
  • পঞ্চায়তৰ ৮৯টা সভাপতি পদৰ বাবে হৈছে ভোটগণনা।
  • গাঁও পঞ্চায়তৰ মুঠ ৮৯৯ টা সদস্য পদৰ বাবে হৈছে প্ৰতিদ্বন্দ্বিতা।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in