New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/ghosh.jpg)
- বঙাইগাঁও জিলাৰ মানিকপুৰ উন্নয়ন খণ্ডৰ অন্তগৰ্ত ডাঙ্গাইগাও গাওঁ পঞ্চায়তৰ সচিব দীপক ঘোষক গ্ৰেপ্তাৰ।
- ঘোষৰ বিৰুদ্ধে ৰুজু হৈছিল ২৩২/১৮ নং গোচৰৰ ৪০৬/৪০৯ ধাৰাৰ অধীনত গোচৰ।
- ভেটাগাও নিজ গৃহৰ পৰা গেৰুকাবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ঘোষক।
- বহু দুৰ্নীতিৰ অভিযোগত অভিযুক্ত আছিল ঘোষ।
- ঘোষ সম্প্ৰতি সৃজনগ্ৰামৰ জপেয়া গাও পঞ্চায়তৰ সচিব হিচাপে কৰ্মৰত আছিল।
/asomiyapratidin/media/agency_attachments/2025/10/28/2025-10-28t075720917z-untitled-2-1-2025-10-28-13-27-21.png)
Follow Us