দুৰ্নীতিত অভিযুক্ত গাঁও পঞ্চায়তৰ সচিব দীপক ঘোষক গ্ৰেপ্তাৰ

দুৰ্নীতিত অভিযুক্ত গাঁও পঞ্চায়তৰ সচিব দীপক ঘোষক গ্ৰেপ্তাৰ
  • বঙাইগাঁও জিলাৰ মানিকপুৰ উন্নয়ন খণ্ডৰ অন্তগৰ্ত ডাঙ্গাইগাও গাওঁ পঞ্চায়তৰ সচিব দীপক ঘোষক গ্ৰেপ্তাৰ।
  • ঘোষৰ বিৰুদ্ধে ৰুজু হৈছিল ২৩২/১৮ নং গোচৰৰ ৪০৬/৪০৯ ধাৰাৰ অধীনত গোচৰ।
  • ভেটাগাও নিজ গৃহৰ পৰা গেৰুকাবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ঘোষক।
  • বহু দুৰ্নীতিৰ অভিযোগত অভিযুক্ত আছিল ঘোষ।
  • ঘোষ সম্প্ৰতি সৃজনগ্ৰামৰ জপেয়া গাও পঞ্চায়তৰ সচিব হিচাপে কৰ্মৰত আছিল।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in