পুনৰ ৰাজ্যত ২০২জন কোভিড পজিটিভ, আৰোগ্য হৈছে ৭৭১জন…

পুনৰ ৰাজ্যত ২০২জন কোভিড পজিটিভ, আৰোগ্য হৈছে ৭৭১জন…
  • অসমত নতুনকৈ ২০২জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ।
  • ইয়াৰে ৩৩জন কামৰূপ মেট্ৰ'ৰ।
  • এতিয়ালৈকে ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০৯৮৩৫জনলৈ পাইছে বৃদ্ধি।
  • ইফালে, বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যখনত কোৰোনাত আক্ৰান্ত ৭৭১জন লোক সুস্থ হৈছে।
  • এতিয়ালৈকে অসমত আৰোগ্য হোৱা লোকৰ সংখ্যা ২০৪০৭৬জনলৈ বৃদ্ধি পাইছে।
  • আনহাতে, চিকিৎসাধীন হৈ আছে ৪৭৯৯জন ৰোগী।
  • উল্লেখ্য যে, ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৯৫৭জনলৈ বৃদ্ধি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in