প্ৰতীকি ফটো
Published on:
Updated on:
- অসমত আকৌ ১৯জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।
- ৰাজ্যত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৭৬৬৮ জনলৈ পাইছে বৃদ্ধি।
- ৰাজ্যখনত দেওবাৰে সুস্থ হয় ১৮জন লোক।
- অসমত আৰোগ্য হোৱা লোকৰ সংখ্যা ২১৪৯৪৭জনলৈ বৃদ্ধি পাইছে।
- ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ২৮০জন ৰোগী।
- ইফালে, অসমত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১০৯৪ জনলৈ বৃদ্ধি।
Code:
Asomiya Pratidin
www.asomiyapratidin.in