Published on:
Updated on:
- অসমত সোমবাৰে আকৌ ২৪০৩জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।
- ইয়াৰে ৫৩৮জন কামৰূপ মেট্ৰ, ১৮৩জন ডিব্ৰুগড়, ১৮২জন লখিমপুৰ, ১৭৫জন যোৰহাট, ১১৮জন গোলাঘাটৰ।
- ৰাজ্যত বৰ্তমানলৈ এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা ১৪৪১৬৬জনলৈ বৃদ্ধি পাইছে।
- ইফালে, সোমবাৰে ৰাজ্যত কোৰোনাত আক্ৰান্ত ১৯১৮জন লোক সুস্থ হৈছে।
- ৰাজ্যত বৰ্তমানলৈ সুস্থ হৈছে ১১৫০৫১জন লোক।
- আনহাতে, চিকিৎসাধীন হৈ আছে ২৮৬৩০জন ৰোগী।
- উল্লেখ্য যে, অসমত এই ভাইৰাছত আক্ৰান্ত হৈ ৪৮২জন লোক হেৰুৱাইছে প্ৰাণ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in