Published on:
Updated on:
- ৰাজ্যত আকৌ ১৮২জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ।
- ইয়াৰে ৬৪জন লোক কামৰূপ মেট্ৰ'ৰ।
- এতিয়ালৈকে অসমত কোৰোনাত আক্ৰান্তৰ সংখ্যা ২১২০২১জনলৈ পাইছে বৃদ্ধি।
- ইফালে, সুস্থ হৈছে ১১৭জন লোক।
- এতিয়ালৈকে ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ২০৭৭৬৩জনলৈ বৃদ্ধি পাইছে।
- আনহাতে, চিকিৎসাধীন হৈ আছে ৩২৭৭জন ৰোগী।
- উল্লেখ্য যে, এতিয়ালৈকে ৰাজ্যত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৭৮জনলৈ বৃদ্ধি পাইছে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in