New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/01/corona-3.jpg)
প্ৰতীকি ফটো
- অসমত আকৌ ৩৩জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।
- ৰাজ্যত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৭৫৭০জনলৈ বৃদ্ধি।
- ইফালে, সুস্থ হয় ১৬জন লোক।
- অসমত আৰোগ্য হোৱা লোকৰ সংখ্যা ২১৪৮৪৬জনলৈ পাইছে বৃদ্ধি।
- আনহাতে, ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২৮৪জন ৰোগী।
- উল্লেখ্য যে, অসমত মৃত্যু হোৱা লোকৰ সংখ্যা ১০৯৩জনলৈ বৃদ্ধি পাইছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us