Published on:
Updated on:
- অসমত পুনৰ ৩৪৬৩ জন কোৰোনাত আক্ৰান্ত।
- ইয়াৰে ২৬৭ জন শোণিতপুৰৰ, ২৬৪ জন কাছাৰৰ, ২৪৬ জন কামৰূপ মহানগৰীৰ আৰু ২১২ জন তিনিচুকীয়াৰ।
- এতিয়ালৈকে ৰাজ্যত কোভিডত আক্ৰান্তৰ সংখ্যা ৪৫৭৩৩০ জনলৈ বৃদ্ধি।
- ইফালে, শনিবাৰৰ দিনটোত অসমত সুস্থ হৈছে ৫৬০০ জন লোক।
- আনহাতে, ৰাজ্যত দিনটোত কোৰোনাত আক্ৰান্ত ৪২ জনৰ মৃত্যু।
- এতিয়াও ৰাজ্যত চিকিৎসাধীন হৈ আছে ৪৩২৯৮ জন ৰোগী।
Code:
Asomiya Pratidin
www.asomiyapratidin.in